আজি মই অন্ত:সত্বা
তোমাৰ প্রেমেৰে,
ভালপোৱাবোৰ বুকুত গজি
ৰঘূমলাৰ দৰে শিপাই
সমস্ত সত্বাক আৱৰি ধৰাৰ পৰা।
তোমাৰ অনুমতি নোলোৱাকে
ভালপাইছিলোঁ তোমাক
সেয়ে ই অবৈধ ,
এতিয়া আকোঁৱালি নল'লে তুমি
মই অস্পৃশ্য নিজতে।
তোমাৰ প্রেমেৰে,
ভালপোৱাবোৰ বুকুত গজি
ৰঘূমলাৰ দৰে শিপাই
সমস্ত সত্বাক আৱৰি ধৰাৰ পৰা।
তোমাৰ অনুমতি নোলোৱাকে
ভালপাইছিলোঁ তোমাক
সেয়ে ই অবৈধ ,
এতিয়া আকোঁৱালি নল'লে তুমি
মই অস্পৃশ্য নিজতে।
No comments:
Post a Comment