যোগাযোগ

এই ৱেবছাইটটোত আপোনাৰ লেখা প্ৰকাশ কৰিব বিচাৰিলে ফেচবুকৰ নষ্টালজিয়া এডিটৰিয়েল গোটৰ সৈতে যোগাযোগ কৰিব পাৰে। তাতে সবিশেষ জানিব পাৰিব।
• গোটৰ ঠিকনা- নষ্টালজিয়া এডিটৰিয়েল গোট
• অনুভৱ ডট্ অৰ্গ পৃষ্ঠাৰ ঠিকনা- অনুভৱ ডট্ অৰ্গ
• নষ্টালজিয়া পৃষ্ঠাৰ ঠিকনা- নষ্টালজিয়া

ই-মেইলৰ যোগেদিও নিজৰ লেখা পঠিয়াব পাৰিব।
• আমাৰ ই-মেইল ঠিকনা- megazineanubhab@gmail.com
নিয়মাৱলী-
১) অনুগ্ৰহ কৰি আন ই-আলোচনী, কাকত-আলোচনী, ফেচবুক গোট-পৃষ্ঠা আদিত প্ৰকাশিত লেখা বা প্ৰকাশৰ বাবে প্ৰেৰণ কৰা লেখা নপঠিয়াব।
২) লেখাসমূহ অসমীয়া লিপিৰে লিখাটো বাধ্যতামূলক। ৰোমান লিপিৰে লিখা অসমীয়া ভাষা গ্ৰহণযোগ্য নহ’ব।
যোগাযোগৰ বাবে ফোন নম্বৰঃ ৯৮৫৪৬০৩৮৯৭

No comments:

Post a Comment