এই বিশেষ সংখ্যাৰ বিষয়ে

মুল "অনুভৱ.অৰ্গ" ৱেবচাইটৰ যান্ত্ৰিক বিজুতিৰ কাৰনে আমি এনেদৰে এই জালৰ যোগেদি এই সংখ্যা আগবঢ়াইছো । পৰৱৰ্তী মাহত আমি পুনৰ চাইটত আলোচনীখন প্ৰকাশ কৰিম । অহা সংখ্যা সম্পূৰ্ণ ৰঙালী বিহু বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰিম ৩০ এপ্ৰিলত । তাৰ কাৰণে লেখা সমুহ পঠাবলৈ অনুৰোধ জনালো ।

No comments:

Post a Comment