পুৱাৰ পুৱতিৰে ভৰা তোমাৰ যৌৱনখিনিত
মোৰ জোনাকী আশাহৈ নতুনৰ সন্ধান কৰিছে।
জোনাকী আশাহৈ তুমি মোৰ
হৃদয়ৰ অজান কোণত ঠাই ল'লা।
কিন্তু বিস্তাৰিত হ'বলৈ নিদিলা,
তোমাৰ ভালপোৱাৰ প্ৰেয়সীতাবোৰক
তোমাক পোৱা নোপোৱা হিচাপৰ
মাজত ৰৈ যোৱা মোৰ
যৌৱনৰ দুকুৰি নীলিম সময়ৰ
মাদকতাবোৰক জীপাল কৰো।
তোমাক নোপোৱাৰ কিছু অপ্ৰাপ্তিৰ
কিছু প্ৰাপ্তিক লৈ।
আৰু সকলোৰে মাজত বিলাও
মোৰ কবিতাৰ জোনাকৰ
নীলিম সাগৰৰ মানিক।।।।
মোৰ জোনাকী আশাহৈ নতুনৰ সন্ধান কৰিছে।
জোনাকী আশাহৈ তুমি মোৰ
হৃদয়ৰ অজান কোণত ঠাই ল'লা।
কিন্তু বিস্তাৰিত হ'বলৈ নিদিলা,
তোমাৰ ভালপোৱাৰ প্ৰেয়সীতাবোৰক
তোমাক পোৱা নোপোৱা হিচাপৰ
মাজত ৰৈ যোৱা মোৰ
যৌৱনৰ দুকুৰি নীলিম সময়ৰ
মাদকতাবোৰক জীপাল কৰো।
তোমাক নোপোৱাৰ কিছু অপ্ৰাপ্তিৰ
কিছু প্ৰাপ্তিক লৈ।
আৰু সকলোৰে মাজত বিলাও
মোৰ কবিতাৰ জোনাকৰ
নীলিম সাগৰৰ মানিক।।।।
No comments:
Post a Comment