মই তেওঁক চুই চোৱাৰ কথা নাছিল ;
তেওঁৰ উষ্ণতাত বগাই যোৱাৰ কথাও নাছিল ;
নিৰাভৰণতাত কোনো সপোন ৰচাৰ কথাও নাছিল ;
কথা নাছিল তেওঁৰ সেঁওতাত ৰঙ দিয়াৰ ।
কোনো কথা নথকাকৈও,
সৰগীয় নিজৰাটো বৈ যায় মোৰ পৰা তেওঁলৈ ;
তেওঁৰ পৰা মোলৈ ।
মৌনতাৰ ভাখাৰে
ৰচিব পৰা যায়
হৃদয়ৰ উপন্যাস ।
তেওঁৰ উষ্ণতাত বগাই যোৱাৰ কথাও নাছিল ;
নিৰাভৰণতাত কোনো সপোন ৰচাৰ কথাও নাছিল ;
কথা নাছিল তেওঁৰ সেঁওতাত ৰঙ দিয়াৰ ।
কোনো কথা নথকাকৈও,
সৰগীয় নিজৰাটো বৈ যায় মোৰ পৰা তেওঁলৈ ;
তেওঁৰ পৰা মোলৈ ।
মৌনতাৰ ভাখাৰে
ৰচিব পৰা যায়
হৃদয়ৰ উপন্যাস ।
No comments:
Post a Comment