মেটেকাফুলীয়া সপোন বোৰ যেতিয়া তোমাৰ দুচকুৰে সৰি পৰিছিল সন্ধিয়া,, তোমালে চাইছিলো তুমি নেদেখাকৈয়ে..
কিয় জানো সেইদিনা ৰওঁ বুলিয়ে ৰৈ গৈছিল তোমাতেই শুকুলা ডাৱৰ জাক..
যাওঁ বুলিও কানিমুনি আঘোনৰ বেলিয়ে বুটলি গৈছিল তোমাৰেই দুখৰ লেচেৰি ..
তুমি এবাৰ ঘূৰি চোৱা হলেই দেখিলাহেতেন দিনটোৰ ব্যস্ততাৰ পাছৰ সন্ধ্যাৰ পথাৰখনত এতিয়া মাথোঁ ঘন কুৱলি আৰু শূণ্যতা..

No comments:
Post a Comment